Instructions

Steps to be Followed

  • Register by providing required fields.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.
  • Verify Mobile No. by providing OTP.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Certificate of proof of Age (Admit card of HSLC or equivalent examination).
      • Certificate & mark sheet of minimum educational qualification for concerned posts.
      • Certificate on Computer Proficiency for the posts of Jr. Asstt.
      • A valid four wheeler driving License (LMV) issued by Competent Authority for the post of Driver.
      • Certificate of caste from the Competent Authority (If applicable).
      • PwD certificate issued by Competent Authority (for PwD candidates).
      • Ex-Servicemen certificate issued by competent authority (for Ex-Servicemen candidates) .
      • EWS certificate from Competent Authority (If applicable).

      Note: All the documents should be self-attested. The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক

    1. প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
    2. আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
    3. পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
    4. OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।

    সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্য়বহাৰ কৰক

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যে Advertisement
    2. চহী বা অংগুষ্ঠ চাপৰ বা
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লগিব।
    3. >চহী বা অংগুষ্ঠ চাপৰ বাব
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লা
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষা / দশম শ্রেনী উত্তিৰ্ণ হোৱা প্ৰমাণ পত্র ।
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণ পত্ৰ হিচাপে ।
      • হোম গাৰ্ড / NCC – A বা তাতোতকৈ ওপৰৰ প্ৰশীক্ষণ প্ৰাপ্ত প্ৰমাণ পত্র ।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (প্ৰযোজ্য সাপেক্ষে)।

      টোকা: সকলো নথি-পত্ৰ স্ব-স্বাক্ষৰিত হ'ব লাগিব । স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Registration